← ফুৰি যাওক

আঁট্

ām̐ṭ

অৰ্থ

1.

যিমান লাগে সিমান হ; যেনে-পেটক আঁটে, চকুক নাটে

to suffice for; to be enough for

সক. ধা.

2.

বলত সমান হ; বলে পাৰ্; যেনে-"ত্ৰৈলোক্য-ঈশ্বৰ তুমি; পৰম পুৰুষ হৰি; তোমাকনো কনজনে আঁটে" (দশম)

to match; to be equally capable

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ