← ফুৰি যাওক

মিটা

miṭā

অৰ্থ

1.

বাদী-বিবাদীক মিলাই দন্দ ভাঙ্

to cause to be compromised or settled amicably

সক. ধা.

2.

দন্দ ভাঙি পুনৰ মিলা-প্ৰীতি কৰ্

to cause to be reconciled

সক. ধা.

3.

নিষ্পত্তি কৰ্; লেঠা মাৰ্; জেঙা মাৰ্

to cause to be settled

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মিটা · অসমীয়া অভিধান