← ফুৰি যাওক

মিট্

miṭ

অৰ্থ

1.

কাজিয়া ভাগ্; বিবাদ গুচ্

to be compromised

অক. ধা.

2.

কাজিয়া এৰি আকৌ মিল হ; দন্দ এৰি মিত্ৰ হ

to be reconciled

অক. ধা.

3.

জেঙা ভাগ্; লেঠা মৰ্

to be finally settled

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ