মিছায়
অৰ্থ
1.
মিছাকৈ; eng >falsely/eng>.
ক্ৰি. বিণ.
2.
অবাবত; নিৰৰ্থকতে; শুদাতে; মিছাতে
fruitlessly; for nothing
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
মিছাকৈ; eng >falsely/eng>.
ক্ৰি. বিণ.
অবাবত; নিৰৰ্থকতে; শুদাতে; মিছাতে
fruitlessly; for nothing
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ