← ফুৰি যাওক

মহাদ্বীপ

mahādbīpa

অৰ্থ

1.

পৱথিবীৰ দুটা প্ৰধান বিভাগ [পূৰ্ব্ব-মহাদ্বীপ আৰু নতুন মহাদীপ; পূৰ্ব্ব-মহাদ্বীপত এছিয়া, ইউৰোপ, আফ্ৰিকা আৰু নতুন মহাদ্বীপত উত্তৰ আৰু দক্ষিণ আমেৰিকা]

a hemisphere

বি.

2.

পৌৰাণিক পণ্ডিত-সকলৰ মতে পৱথিবীৰ জম্বু, প্লক্ষ, শাল্মলি, কুশ, ক্ৰৌঞ্চ, শাক আৰু পুষ্কৰ এই সাতভাগ

any one of the seven great divisions of the world according to ancient theory

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ