← ফুৰি যাওক

মহাদেবী

mahādebī

অৰ্থ

1.

মহাদেবৰ ভাৰ্য্যা; দুৰ্গা; মহেশ্বৰী; eng >Durgā, the wife of Śiva/eng>.

বি.

2.

পাটমাদৈ; মহাৰাণী

the chief queen

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ