মহাজন
mahājana
অৰ্থ
1.
সাধুলোক; মহন্ত; ধৰ্ম্মশিক্ষা-দাতা
a sage; a virtuous man; religious instructor
বি.
2.
দোকান দিওঁতা; দোকানৰ গৰাকী; বেপাৰী; সদাগৰ
a proprietor; a manager of a shop; a trader; a merchant
বি.
3.
সুদলৈ ধন ধাৰে দিয়া লোক
a money-lender
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ