অঙ্ক-শায়ী
অৰ্থ
1.
যি কোলাত শুই থাকে; স্ত্ৰী. অঙ্ক-শায়িনী ভাৰ্য্যা; বিণ. অঙ্কিত চিন লগোবা; চিহ্নিত; চিত্ৰিত; লিখা; টনা
wife ; marked; drawn; constructed
বিণ.
2.
শিল, ফলি আদিত টাঙি বা আন যতনেৰে চিত্ৰিত
engraved
বিণ.
3.
বৰ্ণনা কৰা; ৰচিত; যেনে-চৰিত্ৰ অঙ্কিত কৰা
delineated
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ