← ফুৰি যাওক

মৰা

marā

অৰ্থ

1.

মৱত্যু হোবা; জীব নথকা

deceased; dead

বিণ.

2.

মৱতক; মৰা মানুহ

a deceased person

বিণ.

3.

অন্যৰ দ্বাৰায় প্ৰহাৰ কৰা

to cause to be beaten or thrashed

সক. ধা.

4.

কোবাই, মোহাৰি মানুহ বা গৰুৰ দ্বাৰায় খচকাই থোকৰ গুটি সৰা (ধান, মাহ আদি)

to cause grains to be thrashed or beaten out from the straw

সক. ধা.

5.

মাৰ ধৰা; কোবোবা; খেৰ বা ঠাৰিৰপৰা সৰোবা।

বিণ.

6.

"মৰা-শাক" চোবাঁ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মৰা · অসমীয়া অভিধান