← ফুৰি যাওক

আঁচোৰ

ām̐cora

অৰ্থ

1.

জোঙা বস্ত্ত লগাই আৰু তাক হেঁচি টানি আনি কৰা ঘা; যেনে-নখৰ আঁচোৰ; . সক. ধা. জোঙা বস্ত্তৰে ওপৰৰ দৰে ক্ষত বা ঘা কৰ্; যেনে-তাক বাঘে আঁচুৰিলে।

a scratch

বি.

2.

ক্ষণিয়া বা ক্ষণিৰে চোঁচ্; যেনে-মূৰ আঁচোৰ্

to comb

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁচোৰ · অসমীয়া অভিধান