← ফুৰি যাওক

ম ম কৰে

ma, ma, kare

অৰ্থ

1.

মল্মলাই; সুগন্ধযুক্ত হৈ; সঘনে উলিয়াই

emitting or spreading fragrance

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ম ম কৰে · অসমীয়া অভিধান