← ফুৰি যাওক

আঁচু-কৰি

অৰ্থ

1.

দীঘলীয়া পাতেৰে এবিধ বনৰীয়া সৰু গছ [তাৰ মূল আৰু কাঠৰ হালধীয়া বৰণেৰে সূতা বোলায়]

a small wild plant, the root and wood of which are of yellow colour and used for colouring thread; C. Zauthorrhizon

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁচু-কৰি · অসমীয়া অভিধান