মধুৰি-আম
madhuri-āma
অৰ্থ
1.
এবিধ মজলীয়া আকাৰৰ গছ আৰু তাৰ ভিতৰত বৰ টান সৰু সৰু গুটি থকা এবিধ সোবাদ ফল; সঁফুৰি-আম
the guava tree and its fruit; Psidium guava
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ