← ফুৰি যাওক

মদাহী

madāhī

অৰ্থ

1.

মদপী; বৰকৈ মদ খোবা

addicted to too much drinking

বিণ.

2.

মদপী লোক

one addicted to too much drinking

বি.

3.

নামনি অসমৰ এজাতি মানুহ

the name of a tribe of people in lower Assam

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মদাহী · অসমীয়া অভিধান