মদাতঙ্ক
madātaṅka
অৰ্থ
1.
বেছিকৈ মদ খোবাৰপৰা হোবা এবিধ ৰোগ [ইয়াৰ লক্ষণ এই যে ৰোগীজন উন্মাদৰ নিচিনা হৈ সকলোলৈকে ভয় কৰে আৰু নিজৰ মানুহকে শত্ৰু যেন দেখে।]
disorder arising from excessive drunkeness; alcohol phobia
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ