← ফুৰি যাওক

মদপী

madapī

অৰ্থ

1.

মদ খোবা; মদাহী; ফটিকাত ৰত

addicted to spirituous liquor

বিণ.

2.

মদ খোবা মানুহ; ফটিকাত বৰকৈ ৰত মানুহ

a drunkard; one addicted to too much drinking

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মদপী · অসমীয়া অভিধান