← ফুৰি যাওক

মদন

madana

অৰ্থ

1.

কামদেব

the god of love

বি.

2.

কামভাব; স্ত্ৰী সম্ভোগৰ ইচ্ছা

lust

বি.

3.

কামভাব তোলা; যেনে-"কৰ্পূৰ তাম্বুল খাইল মদন মাদক" (মা. ক., সুন্দৰাকাণ্ড)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ