মণিকুট
maṇikuṭa
অৰ্থ
1.
নামঘৰৰ পূব বা উত্তৰমূৰে লগাই সজা মূৰ্ত্তি, ভাগবত আদি থোবা সৰু ঘৰ
a small house attached to a Hindu chapel in which the idol and sacred books or things are kept
বি.
2.
কামৰূপ জিলাৰ হাজো গাঁবত হয়গ্ৰীব-মাধবৰ মন্দিৰ থকা পৰ্ব্বত
the name of the hill at Hājo where there is a shrine of Hayagrīva Mādhava
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ