মণিকণিকা
maṇikaṇikā
অৰ্থ
1.
কাশীৰ এটা পবিত্ৰ ঘাট
a holy bathing place in the Ganges at Banaras
বি.
2.
উত্তৰ-গুবাহাটীৰ পূবত থকা এটি শিবৰ মন্দিৰ আৰু পৌৰাণিক তীৰ্থ
a holy place containing a Śiva temple situated in the east of North Gauhati
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ