← ফুৰি যাওক

মণি

maṇi

অৰ্থ

1.

ৰত্ন, হীৰা, মুকুতা আদি বাখৰ

a gem; a jewel

বি.

2.

সোণ, ৰূপ, পোবাল ইত্যাদিৰে কৰা ডিঙিৰ অলঙ্কাৰ

a neck-lace

বি.

3.

এধাৰ মণিত গাঁথিবলৈ যুগুত কৰা সোণ, ৰূপ, পোবাল ইত্যাদিৰ একোটি গুটি

a bead made of gold, silver, etc., to wreathe a neck-lace

বি.

4.

চকূৰ পুতলী

the pupil of the eye

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মণি · অসমীয়া অভিধান