← ফুৰি যাওক

মঠ

maṭha

অৰ্থ

1.

দ'ল; দেবালয়; দেবতাৰ পকী ঘৰ

a Hindu pagoda; a temple

বি.

2.

গপ; ঠেহ; খং কৰি কোনো কাৰ্য্য নকৰোঁ বুলি থকা

sulkiness; obstinacy; refusal to do a thing out of anger

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মঠ · অসমীয়া অভিধান