← ফুৰি যাওক

মজুম্দাৰ

majumdāra

অৰ্থ

1.

ৰজা ঘৰৰ হিছাপ-পত্ৰ ৰখা আৰু ৰজাৰ হুকুমমতে আন দেশৰ ৰজালৈ চিঠি লিখা আৰু দেশৰপৰা অহা কাকত-পত্ৰ ৰজাক মাতি শুনোবা এজন বিষয়া

a private secretary to a king or the viceroy

বি.

সমাৰ্থক শব্দ

2.

উপাধি-বিশেষ।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মজুম্দাৰ · অসমীয়া অভিধান