← ফুৰি যাওক

মজৰা

majarā

অৰ্থ

1.

ভিতৰত কোমল শাহ থকা এজাতি খাগৰি।

বি.

2.

মেগেলা-কুঁহিয়াৰ।

বি.

3.

আচল কথা। আবশ্যকীয় কথা; যেনে-এই কথাৰ মজৰা মইহে বাহিৰ কৰিব পাৰোঁ

the pithy or important or secret meaning

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মজৰা · অসমীয়া অভিধান