← ফুৰি যাওক

মঙ্গ(-ঙ)ল

maṅga(-ṅa)la

অৰ্থ

1.

শুভ; কল্যাণ; কুশল; ভাল

good fortune; prosperity; well-being

বি.

2.

তৱতীয় গ্ৰহ

the planet mars

বি.

3.

সপ্তাহৰ তৱতীয় দিন

Tuesday

বি.

4.

শুভাশুভ বুজিবলৈ কৰা গণনা

divination

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ