← ফুৰি যাওক

মঙহ- গাঁঠি

অৰ্থ

1.

শৰীৰৰ ভিতৰত কোনো কোনো ঠাইত থকা একোটা সৰু ঘিলাৰ আকৱতিৰ মঙহৰ খোপা [ই তেজৰ লগত মিহলি হৈ থকা অকামিলা ৰস ভাগ কৰি ৰাখে।]

a gland

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মঙহ- গাঁঠি · অসমীয়া অভিধান