← ফুৰি যাওক

মঙহ

maṅaha

অৰ্থ

1.

জন্ত্তৰ হাড় ঢকা আৰু গাটো পুষ্টকৈ ৰখা ছালৰ তলৰ কোমল বস্ত্ত

flesh

বি.

2.

গছৰ গুটিৰ কোমল বা খাব পৰা ভাগ

the pulp of a fruit

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ