মঘা
maghā
অৰ্থ
1.
মাটিত খোঁচ খাই জোঙা ভাগ ওপৰলৈ ওলাই থকা ছল, জোং
a thorn or piece of pointed thing sticking to the ground with the pointed end raised up
বি.
2.
জ্যোতিষৰ দহ সংখ্যাৰ নক্ষত্ৰ
the tenth mansion of the moon
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ