← ফুৰি যাওক

আঁচনি

ām̐cani

অৰ্থ

1.

পাচে স্পষ্টকৈ নকল তুলিবলৈ আগেয়ে অপৰিপাটি বা অস্পষ্টকৈ লিখা কাকত; যেনে-আৰ্জ্জীৰ আঁচনি

a rough draft

বি.

2.

কোনো কামৰ আৰ্য্যা

a plan; a scheme

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁচনি · অসমীয়া অভিধান