মকামিলা
makāmilā
অৰ্থ
1.
পৰস্পৰ আলোচনা; পৰামৰ্শ
mutual discussion
বি.
2.
ৰিজোবা; কাকত আদি পৰস্পৰ মিল কৰা
comparison
বি.
3.
মিট-মাট; গুচৰীয়া-পদকীয়াই মিল হোবা
compromise
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
makāmilā
পৰস্পৰ আলোচনা; পৰামৰ্শ
mutual discussion
বি.
ৰিজোবা; কাকত আদি পৰস্পৰ মিল কৰা
comparison
বি.
মিট-মাট; গুচৰীয়া-পদকীয়াই মিল হোবা
compromise
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ