মকৰ
makara
অৰ্থ
1.
হাতীৰ নিচিনা শুঁড় আৰু মাছৰ নিচিনা গাৰে এবিধ সাগৰৰ কাল্পনিক জন্ত্ত
an aquatic monster resembling a sea elephant mentioned in Hindu mythology
বি.
2.
জ্যোতিষৰ ৰাশি-চক্ৰৰ দশম ৰাশি
the tenth sign of the Zodiac; Capricorn
বি.
3.
মগৰ; ঘঁৰিয়াল
a crocodile
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ