মক্মকা
makmakā
অৰ্থ
1.
খঙৰ কোবত নুফুটাকৈ মুখৰ ভিতৰতে কথা ক; বৰ কথা ক; গণ্ডপ মাৰি কথা ক
an imitative word used to express the imperfectly uttered words when a man is in anger; to boast; to brag
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ