মইনা
mainā
অৰ্থ
1.
পুহি শিকালে মানুহৰ মাত লোবা এবিধ শালিকা জাতিৰ চৰাই
the maina bird
বি.
2.
ল'ৰা-ছোবালীক মৰমেৰে মতা মাত
a word used in addressing a beloved or favourite child
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ