ভৈৰব
bhairaba
অৰ্থ
1.
ভয়ঙ্কৰ
terrible
বিণ.
2.
শিব; শিবৰ ভয়ঙ্কৰ মূৰ্ত্তি
a terrible form of Śiva
বিণ.
3.
শিবৰ পাৰিষদ
an attendant of Śiva
বিণ.
4.
এটা ৰাগৰ নাম
name of a tune in a classical Indian music
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ