← ফুৰি যাওক

ভেৰণীয়া

bheraṇīẏā

অৰ্থ

1.

কেৰেয়া দি লোবা

hired; rented

বিণ.

সমাৰ্থক শব্দ

2.

মল, গোবৰআদি পৰি সাৰুবা হোবা; চাৰণ পৰা

fertilised by deposit of filth or surface washing

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভেৰণীয়া · অসমীয়া অভিধান