← ফুৰি যাওক

ভূমুক

bhūmuka

অৰ্থ

1.

মাটিৰ তলৰপৰা পানী ওলোবা গাঁত বা বিন্ধা; পানী-চকু; উহ

a spring

বি.

2.

পানীৰ তলৰপৰা ওলোবা বুৰবুৰণি; পানী- ফুটনি

a bubble

বি.

3.

আঁৰৰ বা আঁতৰৰপৰা ওলাই বা মুখ উলিয়াই খন্তেকমান চোবা বা দেখা দিয়া কাৰ্য্য; যেনে-"বিয়াত এভুমুক মাৰি আহিলো"

a glimpse; a hurried view

বি.

4.

জ্বালামুখী পৰ্ব্বতৰ মুখ

the crater of a volcano

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ