← ফুৰি যাওক

ভূমিভাৰ

bhūmibhāra

অৰ্থ

1.

অত্যাচাৰী ৰজাৰপৰা প্ৰজাৰ ওপৰত হোবা অসহনীয় অত্যাচাৰ; যেনে-'দুৰ্জ্জনক দণ্ডিয়া খণ্ডিলা ভূমিভাৰ" (দশম)

the oppression of people by a tyrannical ruler

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভূমিভাৰ · অসমীয়া অভিধান