ভূমি
bhūmi
অৰ্থ
1.
মাটি
land; ground
বি.
2.
পৱথিবী; বসুন্ধৰা
the Earth
বি.
3.
ঠাই; যেনে-"জন্মভূমি"
a place
বি.
4.
(জ্যামিতি) ত্ৰিভুজৰ তলৰ বাহুটো
the base of a triangle
বি.
5.
ক্ষেত্ৰ; আধাৰ; বিষয়
a receptacle; a base; a subject
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ