← ফুৰি যাওক

ভূঞা

bhūñā

অৰ্থ

1.

মাটিগিৰি

a land-holder

বি.

2.

আহোমসকলে অসম দেশ লোবাৰ আগতে (চৈধ্য আৰু পোন্ধৰ শতাব্দীত) উজনি অসমৰ একখণ্ড ভগাই বাৰভাগ কৰি স্বতন্ত্ৰৰূপে শাসন কৰোঁতা [এওঁবিলাক বাৰভুঞা বুলি প্ৰখ্যাত আছিল]; . b >3/b>। অসম আৰু বঙ্গদেশৰ হিন্দু আৰু মুছলমানে ব্যবহাৰ কৰা এটা উপাধি

petty landed chieftains who occupied a part of Assam before the advent the Āhoms ; a surname used in Assam and Bengal

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ