← ফুৰি যাওক

ভূঁইকঁপ

bhūm̐ikam̐pa

অৰ্থ

1.

পৱথিবীৰ কোনো এভাগৰ কঁপনি; ভূমিকম্প

earthquake

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভূঁইকঁপ · অসমীয়া অভিধান