ভুল
bhula
অৰ্থ
1.
পাহৰণ; ভ্ৰম
forgetfulness
বি.
2.
অশুদ্ধ
an error; a mistake
বি.
3.
অশুদ্ধ
faulty; not correct
বিণ.
4.
পাহৰ্
to forget
সক. ধা.
5.
ভ্ৰমত পৰ্; মুগ্ধ হ
to be bewildered; to be charmed
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ