← ফুৰি যাওক

আঙঠা

āṅaṭhā

অৰ্থ

1.

জলা এঙাৰ

burning charcoal

বি.

সমাৰ্থক শব্দ

2.

জুয়ে সম্পূৰ্ণকে পোৰা আৰু তাত জুই লাগি থকা কাঠ, বাঁহ আদিৰ খণ্ড; জুই থকা বা জুই নুনুমোবা এঙাৰ

burning coal

বি.

3.

ধেনুৰ জোৰ টানি অনাত আঙুলিত ঘা নেলাগিবৰ নিমিত্তে হাতত পিন্ধা আঙঠি-বিশেষ

a guard for the finger used by archers

বি.

4.

দৰ্জীয়ে কাপোৰ সীওঁতে বেজীৰ দ্বাৰা আঙুলিত দুখ নেপাবলৈ পিন্ধা আঙঠি

thimble

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঙঠা · অসমীয়া অভিধান