ভীমৰাজ
bhīmarāja
অৰ্থ
1.
ক'লা বা ঘন-নীল বৰণীয়া ফেঁহু জাতিৰ চৰাই
a species of the bird-of-paradise
বি.
2.
লতা-চানেকীয়া, দ মাটিত হোবা, দাঁতিত ফেৰেঙনি মেলা পাতেৰে এবিধ বন
a kind of herb; wedelia calandulacea
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ