← ফুৰি যাওক

ভিৰি

bhiri

অৰ্থ

1.

হেঁচি আৰু দকৈ; যেনে-"গজালটো ভিৰি বহুবা"

pressing in deeply

ক্ৰি. বিণ.

2.

উলটি, বেগাই; ভিৰাই; যেনে-"অস্ত্ৰ-শস্ত্ৰ এৰিয়া লবৰ দিলা ভিৰি" (ৰুক্মিণীহৰণ)।

ক্ৰি. বিণ.

3.

টানি; হেঁচি; যেনে-"দুইকো, দুই মালে বধিবাহা বান্ধ ভিৰি" (দশম)

ক্ৰি. বিণ.

4.

কুঁজা বা বেঁকা হৈ; যেনে-"কতো গোপী বক যেন চুপি থাকে ভিৰি" (কীৰ্ত্তন)।

ক্ৰি. বিণ.

5.

কেবল অলঙ্কাৰ আদিৰ নিমিত্তে উপযুক্ত; টকা বা মোহৰৰ দৰে নচলা

uncoined; not circulated as money

বি.

6.

আগৰ সম্মান বা ক্ষমতা নথকা হোবা

deprived of former prestige and power

বি.

7.

টকাৰ নিচিনা নচলা বা মোহৰ নমৰা সোণ বা ৰূপ

gold or silver bullion

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ