← ফুৰি যাওক

ভিতৰে

অৰ্থ

1.

ভিতৰে ভিতৰে; গুপ্ত-ভাবে

internally; privately

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

2.

ভিতৰফালে; অন্তৰত; পেটত। বিণ. "ভিতকবা ঘৰৰ ভিতৰত থকা বা ব্যবহাৰ হোবা; যেনে-ভিতৰুবা চাকৰ বা চৰু"

remaining or used inside the house or household

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

3.

ভিতৰি প্ৰকাশ নোহোবা; গুপ্ত; যেনে-'ভিতকবা কথা"

internal; private secret

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ