← ফুৰি যাওক

ভাস্কৰ

bhāskara

অৰ্থ

1.

সূৰ্য্য

the Sun

বি.

2.

শিল্পকাৰ; শিল আদিৰ মূৰ্ত্তি সাজোঁতা; ; বি. ভাস্কৰ্য্য, ভাস্কৰ্য শিল্প-কৰ্ম্ম; শিল আদিৰ মূৰ্ত্তি সজা কাম

artisan; sculptor ; sculpture

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাস্কৰ · অসমীয়া অভিধান