← ফুৰি যাওক

ভাস্

bhās

অৰ্থ

1.

উটি যা; ভাহ্

to float

অক. ধা.

2.

প্ৰকাশিত হ; দীপ্তি পা; যেনে-"যেন চিত্ৰ- বিচিত্ৰ মৈৰাৰ ভাসে পাখি" (কীৰ্ত্তন)

to shine

অক. ধা.

3.

দীপ্তি; যেনে-"নীল শৰীৰ জলদ কৰু ভাস" (বৰগীত)

lustre

অক. ধা.

4.

চকু মেলোবা-জপোবা কৰ্; যেনে-"সীতাক দেখিয়া চক্ষু নভাসয় আৰ" (মা. ক., অৰণ্যকাণ্ড)।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ