← ফুৰি যাওক

ভাষ্য

bhāṣya

অৰ্থ

1.

টীকা; কোনো শাস্ত্ৰৰ প্ৰতিশব্দৰ অৰ্থসহ শ্লোকৰ মানে দিয়া আৰু তাত নিজৰ মতামত দিয়া টিপ্পনী; যেনে-"বেদৰ ভাষ্য"

a commentary

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাষ্য · অসমীয়া অভিধান