ভাল
bhāla
অৰ্থ
1.
সন্তোষ দিয়া; পৰিষ্কাৰ; ধুনীয়া; উচিত
pleasing; neat; nice; proper
বিণ.
2.
উত্তম; শ্ৰেষ্ঠ (মানুহ)
good
বিণ.
3.
ভদ্ৰ
gentlemanly; respectable
বিণ.
4.
নিৰোগী
healthy
বিণ.
5.
শুভ; . বি
auspicious
বিণ.
6.
মঙ্গল; যেনে-"হেন নাৰী মাৰি তই ভালক নপাইবি" (মা. ক., লঙ্কাকাণ্ড)
welfare
বিণ.
7.
উত্তম বস্ত্ত, লোক, কাল, অবস্হা বা ভাব
a good man, thing, time or circumstance
বিণ.
8.
প্ৰীতি; যেনে-তেওঁৰ লগত মোৰ ভাল নাই।
বিণ.
9.
শলাগ, সম্মতি বা বিদায় বুজোবা মাত; যেনে-ভাল, মই আঁহিলোঁ
very well; yes
অব্য.
10.
ললাট; কপাল
the forehead
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ