ভাবুকি
bhābuki
অৰ্থ
1.
মিছা ভয় দেখুওবা কাৰ্য্য; মিছা ডাবি
a false threat
বি.
2.
বনৰীয়া হাতীক ভয় দেখুবাই খেদাবৰ কাৰণে দীঘল ডাঁবৰ আগত বন্ধা জোঁৰ
a torch attached to a long pole to scare away wild elephants
বি.
3.
সিঁয়ৰা বা উপহাস কৰা কাৰ্য্য
mimic; making faces at
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ