← ফুৰি যাওক

ভাবৰি

bhābari

অৰ্থ

1.

খেৰ, কুটা আদি অকামিলা বস্ত্ত; জাবৰ মাটি চহাওঁতে ওলোবা খেৰ, বন, গছৰ শিপা আদি

chaffs; sweepings; decayed leaves and grass thrown up by the plough

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাবৰি · অসমীয়া অভিধান